পৃথিৱীৰ প্ৰধান মণ্ডলসমুহ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ 4 social science lesson 4 class 6 social science question answer assamese medium class 6 AssamQna

পৃথিৱীৰ প্ৰধান মণ্ডলসমুহ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ 4
social science lesson 4
class 6 social science question answer assamese medium
class 6 AssamQna


১) উত্তৰ লিখা-

(ক) পৃথিৱীৰ প্ৰধান ৪ টা মণ্ডল কি?
উত্তৰ:-
স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ু মণ্ডল।


(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি কি ?
উত্তৰ:-
পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম হ'ল— এছিয়া , য়ুৰোপ , আফ্রিকা , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , ওচেনিয়া আৰু এণ্টার্কটিকা বা কুমেৰু মহাদেশ।


(গ) দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি?
উত্তৰ:-
এন্টাৰ্কটিকা।


(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি?
উত্তৰ:-
ট্ৰপ 'স্ফিয়েৰ, ষ্ট্ৰেট 'স্ফিয়েৰ, মেছ 'স্ফিয়েৰ আৰু থাৰ্ম 'স্ফিয়েৰ।


(ঙ) জীৱৰ বাবে বায়ুমণ্ডলত কি প্ৰয়োজনীয়?
উত্তৰ:-
অক্সিজেন প্ৰয়োজনীায়।


(চ) মহাদেশৰ আৰু মহাসাগৰবোৰৰ নাম কি?
উত্তৰ:-
মহাদেশসমূহৰ নাম হ'ল- এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা আৰু মহাসাগৰসমূহৰ নাম হ'ল- প্ৰসান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ , ভাৰত মহাসাগৰ , উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।


(ছ) জীৱ মণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে?
উত্তৰ:-
বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে - ভূমিকম্প , বানপানী আগ্নেয়গিৰি আদিৰ পৰিৱৰ্তন সাধন কৰিছে।


(২) শুদ্ধ উত্তৰটোত চিন দিয়া

(ক) এছিয়া মহাদেশৰ পৰা য়ুৰোপক পৃথক কৰা পর্বতমালা—
          (১) এণ্ডিজ
          (২) হিমালয়
          (৩) য়ুৰাল
উত্তৰ:-
(১) য়ুৰাল।


(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ—
            (১) নাইট্ৰ'জেন
            (২) অক্সিজেন
            (৩) কার্বন - ডাই - অক্সাইড
উত্তৰ:-
(১) নাইট্ৰ'জেন।


(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো—
             (১) বায়ুমণ্ডল
             (২) জলমণ্ডল
             (৩) স্থলমণ্ডল
উত্তৰ:-
(৩) স্থলমণ্ডল


(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ'ল—
            (১) আফ্রিকা
            (২) এছিয়া
            (৩) ওচেনিয়া
উত্তৰ:-
(২) এছিয়া।

*

Post a Comment (0)
Previous Post Next Post