মহো - হো গীত ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৫ assamese lesson 15 class 6 assamese question answer assamese medium class 6 AssamQna

মহো - হো গীত
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৫
assamese lesson 15
class 6 assamese question answer assamese medium
class 6 AssamQna


২। পাঠত দিয়া মহো – হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।
উত্তৰ:-
হৌ – লউ
            মহমহওঁতে – ঘহাওঁতে
            পৰিল – মৰিল
            মালা – ভালা
            নুণ – দুণ
            যাওঁতে – পাওঁতে
            পাটে – ঘাটে
            চাকা – টাকা।


৪। উত্তৰ লিখা।
(ক) মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে কি লৈছে?
উত্তৰ:-
মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে-হাতে টাঙোন লৈছে।


(খ) হিদাল গছত গা ঘহাওঁতে কি হ’ল?
উত্তৰ:-
হিডাল গছত গা ঘহাওঁতে হিদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল।


(গ) মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে?
উত্তৰ:-
মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কড়ি দিছে।


(ঘ) ‘টাকা’ আৰু ‘সিকি’ মানে কি?
উত্তৰ:-
টাকা আৰু সিকি মানে হ’ল- টাকা মানে টকা আৰু সিকি মানে হ’ল পঁচিশ পইচাৰ মুদ্ৰা।


(ঙ) মহো – হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি?
উত্তৰ:-
মহো – হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ’ল বুঢ়াদিয়াৰ।


৫। তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা।

উত্তৰ:- পদ – বিভক্তি
            মাকোক – ক্ৰিয়া বিভক্তি
            টেপৰত – নাম বিভক্তি
            ৰূপাৰ – ক্ৰিয়া বিভক্তি
            সিৰালে – ক্ৰিয়া বিভক্তি
            সোণাৰ – ক্ৰিয়া বিভক্তি
            বুঢ়াদিয়াৰ – ক্ৰিয়া বিভক্তি
            ঘাটে – নাম বিভক্তি                                                                


৬। মহো – হো গীতটোত থকা ৫ টা বিশেষ্য পদ লিখা।
উত্তৰ:-
ঘৰত, হিদাল, গাছত, সোণাৰ,  ৰূপাৰ, মহ।


৭। বাক্য ৰচনা কৰা।
উত্তৰ:- চকচকীয়া
- মহো - হো গীতটোত বাহৰ পাত চকচকীয়া বুলি কৈছে।     

চিকমিকীয়া - বিয়াৰ দিনা সকলোৱে চিকমিকিয়া কাপোৰ পিন্ধি বিয়া খাবলৈ গ’ল।

সিকি - ৰামৰ হাতত চাৰিটা সিকি আছে।

সীৰলু - নাঙলৰ সীৰলুৰ দৰে নাওঁখনে পানী কাটি-কাটি আগুৱাই গ’ল।

টাঙোন - পুলিচকেইজনে চোৰকেইটাক মাৰিবলৈ হাতে-হাতে টাঙোন লৈছে।


৮। পাঠত দিয়া মহো – হো গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰৰ ৰূপবোৰ লিখা।
উত্তৰ:-
টকান – টাঙোন।
            গাছত – গছত।
            দিলাক – দিলে।
            মাকোক – মাকক।
            মাইৰবা – মাৰিবলৈ।
            নুণ – নিমখ।
           দেইখবা – দেখিবলৈ।
           কইৰলু – কৰালোঁ।
          
          

*

Post a Comment (0)
Previous Post Next Post