গড়গাঁও সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১৫ assamese lesson 15 class 7 assamese question answer AssamQna

গড়গাঁও
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১৫
assamese lesson 15
class 7 assamese question answer AssamQna


৪) উত্তৰ লিখা  ।

ক) গড়গাওঁ  কবিতাটি কোনে ৰচনা কৰিছে ? 
উত্তৰ:-
গড়গাওঁ কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ।


খ) গড়গাওঁ  কবিতাটিৰ ৰচকজনক কি বুলি জনা যায় ?
উত্তৰ:-
গড়গাওঁ  কবিতাটিৰ ৰচকজনক ধ্ৱনি কবি বুলি জনা যায়   ।


গ) মাৰ – নাও বুলিলে কি বুজা  ? 
উত্তৰ:-
মাৰ নাওঁ বুলিলে এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ নাওঁ    ।


ঘ) কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা  ?
উত্তৰ:-
কেইটামান কাম  হল – ধোদে ৰাজ আলি বান্ধে  , কাৰেঙৰ দেৱাঁল গাঠেঁ   আৰু বৰনাওঁ মাৰে  । 


ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে  ?
উত্তৰ:-
কাৰণ সেইখন ওলত – পালত দেশ তাত বিভিন্ন ঘটনা ঘটে  ।  সেইবাবে কবিয়ে কৈছে গড়গাঁৱৰ কথা শুনি তল যাওঁ ।


৫) চমু উত্তৰ লিখা  ।

ক) দিখৌৰ সোততঁ যোৱা, ভটিয়নী বল পোৱা , উভতিব  খোজে মাৰ - নাওঁ ,    ।
       --- মাৰ -নাও উভতিব খোজাৰ কাৰণ কি  ?
উত্তৰ:-
গড়গাৱঁৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে।


খ) ওলাট-পালট দেশ , কথাৰে নহয় শেষ , কটাৰীৰো ডাবে তাৰ কাটে  ,  বুলি কবিয়ে কি বুজাব খুজিছে।
উত্তৰ:-
আহোম ৰজাৰ দেশখন ৰজাসকলৰ প্ৰচেষ্টাৰ সৈতে এক প্ৰকাৰৰ ৰূপ আছিল আৰু কাহিনী কৈ ইয়াৰ কৃতিত্ববোৰ সমাপ্ত কৰাৰ এটা নতুন উপায় আছিল। কটা বালি কাটিবলৈ মানুহৰ বাবে কাম কৰা টো সম্ভৱ আছিল যিহেতু সম্ভৱ।


গ) নাইদিন ,নাই ৰাতি , নাই পানী ,  নাই মাটি , আদেশ মাথোন হয় সাজ
    ---  কবিতাফাকিত  থকা সাজ শব্দই কি বুজাইছে  ?
উত্তৰ:-
গড়গাৱঁত থকা অন্য়ান্য় ঘৰ-দুৱাৰ, কাৰেংঘৰ ইত্য়াদিক সুৰক্ষিত কৰিবৰ লকাৰণে ৰাজধানী চাৰিওকাষৰ গড় সজা বুলি বুজাইছে।


ঘ)  অহা- যোৱা নাই তাত শেষ ;
জনে-জনে  ভিন  ভিন বেশ ।
        ---  এই  কথাফাকিৰ   মাজেৰে কবিয়ে  কি বুজাব  বিচাৰিছে     ?
উত্তৰ:-
এই কবিতাফাকিৰ মাজেৰে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে গড়গাঁও আৰু ইয়াত  থকা কাৰেংঘৰ, ৰাজধানী ইত্য়াদি বিভিন্ন কীৰ্তিচিহ্ন চাবৰ কাৰণে পৰ্যটক সকলৰ আগমন ঘটে। ইয়াত বিভিন্ন ধৰণৰ লোক আহে আৰু ইয়াত অহা-যোৱা শেষ হৈ নাযায়।


৭) তলৰ দফাত থকা খালী ঠাই পূৰ কৰা
উত্তৰ:-

ক) বিদেশৰী  চকু থিৰ,স্ৱদেশীৰ ওখ শিৰ,
          দেও -লগা মানুহৰ দেশ,
     উজুটিত ভাগে দাতঁ, কোঢ়ালত হৰে মাত,
         অহা- যোৱা নাই   তাত শেষ ;
         জানে জানে ভিন্ ভিন্ বেশ ।

খ) সকলোৰে আছে কাম ,নোহোৱাৰ নাই কাম ,
        কাপুৰুষে সদা পায় লাজ ;
    নাই দিন, নাই ৰাতি, নাই পানী , নাই  মাটি ,
       আদেশ যেন হয় সাজ  ,
        ইচ্ছা  যেন  স্ৱগমহাৰাজ ।


৮) পাঠৰ পৰা অন্ত্য়ধ্ৱনি মিল থকা শব্দবোৰ লিখা    ।
উত্তৰ:- 
দেশ - বেশ 
            ফালি - লালী
            নাও - গাওঁ 
            কাটে - ঘাটে
            শেষ - বেশ 
            থিৰ - শিৰ
             লাজ - সাজ
            হাত - দাতঁ


৯) ক অংশত দিয়া শব্দবোৰ খ অংশৰ অৰ্থৰ লগত মিলোৱা  ।
উত্তৰ:-
ভটিয়নী - নৈৰ ভাটি বা নামনিলৈ বৈ থকা

বলপোৱা - শক্তি পোৱা

মাৰ-নাওঁ - এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোগৰ-নাওঁ

ওলট-পালট - তল-ওপৰ হোৱা বা কৰা

বিদেশী - পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়

শিৰ - মূৰ

কোঢ়াল - বহুলোকে একলেগে কৰা হাই-উৰুলি

সাজ - নিৰ্মাণ কৰা, প্ৰস্তুত কৰা

ধোদ - এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ


১০) উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া ।
উত্তৰ:-
বিদেশ - বিদেশী
             কপাহ - কপাহী
             স্বদেশ - স্বদেশী
             আকাশ - আকাশী
             দেশ - দেশী
             গোলাপ - গোলাপী
             পৰদেশ - পৰদেশী
              বাদাম - বাদামী
              সুখ - সুখী
              দুখ - দুখী


১১)  বাক্য ৰচনা কৰা  -
উত্তৰ:-
বাৰ:- সোমবাৰ দিনা আমি নগাওঁলৈ যাম ।

বাৰ:- এক দৰ্জনত বাৰতা থাকে ।
             
পাৰ :- ৰহিম হতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
             
পাৰ:- আগৰ দিনত পাৰই দূৰনিলৈ চিঠি লৈ গৈছিল ।
             
টকা :- টকা - পইচা নিয়মমতে খৰচ কৰিব লাগে ।
             
টকা :- আমি বহাগ বিহুত টকা বজাওঁ । 

*

Post a Comment (0)
Previous Post Next Post