বিজ্ঞান আৰু আমাৰ মানসিকতা
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৫
assamese lesson 5
class 7 assamese question answer AssamQna
২) উত্তৰ দিয়া।
(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?
উত্তৰ:- ছিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্য়ভাষৰ যোগেদি প্ৰচাৰ হৈছিল।
(খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল?
উত্তৰ:- বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে ছিতা লোৱাৰ ভয়ত বিদালয়লৈ অহা নাছিল ।
(গ) বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল?
উত্তৰ:- বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ ডঃ পায়েং আহিছিল ।
৩) চমু উত্তৰ লিখা।
(ক) ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত ছিটা ললে কি হব বুলি কৈছিল?
উত্তৰ:- ভ্ৰাম্য়ভাষত অহা উৰাবাতৰিটোত ছিতা ললে শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল ।
(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল?
উত্তৰ:- জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্য়ালয়ত তাইৰ লগৰিয়া আৰু আন ছাত্ৰ-ছাত্ৰী সকলক দেখা নাছিল ।
(গ) সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কি কি কৈছিল?
উত্তৰ:- অন্য় অনুজীৱৰ দৰে ৱীজাণু আমাৰ দেহত প্ৰৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুৱে পলিঅ, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে । সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাসকৰে ।ছিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগ সমূহক দূৰ কৰিব পাৰি ।
(ঘ) উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল?
উত্তৰ:- উৰাবাতৰিটোৱে ৰতন পুৰ গাৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল ।
(ঙ) প্ৰধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল?
উত্তৰ:- এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক , ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েংক মাতিছিল আৰু তেওঁ ছিটাৰ বিষয় বুজাই দিছিল ।
৪) উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা।
উত্তৰ:- হাত - নিদিস্ত দিনত বহুত মানুহ গোট
খাই কিনা – বেচা কৰা ঠাই ।
প্ৰাঙ্গণ - চোতা।
বীজানু - ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱনু ।
সংক্ৰামক - এজনৰ গাৰ পৰা আন
এজনৰ গালৈ যোৱা , সোঁচৰা ।
প্ৰতিৰোধ - বাধা ।
পুস্তিকা - সৰু কিতাপ ।
৭) তলৰ বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা ।
উত্তৰ:- দলং – দলং খনত লৰা বোৰে খেলি আছে ।
কলং- কলং এখন নদীৰ নাম ।
শিং- শিং নথকা গৰুক লাউমুৱা বোলে ।
ৰং – লৰা- ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে ।
৮) এটা শব্দত প্ৰকাশ কৰা
উত্তৰ:- (ক) যি একেলগে পঢ়ে – সহপাঠী ।
(খ) যি জানিবলৈ ইচ্ছা কৰে – আগ্ৰহী ।
(গ) গাঁৱৰ মুখিয়াল- গাওঁ বুহা ।
(ঘ) কাৰো পক্ষ নোলোৱা- নিৰপক্ষ
(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ – সংক্ৰামক।
৯) বিপৰীতাথক শব্দ লিখা।
উত্তৰ:- আৰম্ভ- শেষ
উপস্থিত- অনুপস্থিত
অপকাৰ- উপকাৰ
বাদ- অবাদ বা ধৰা
দিন- ৰাতি
মান্তি- অমান্তি
