মিত্ৰামিত্ৰ
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৬
assamese lesson 6
class 6 assamese question answer assamese medium
class 6 AssamQna
২। উত্তৰ দিয়া-
(ক) যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি?
উত্তৰ:- যজ্ঞদত্তই উদ্বাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল।
(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল?
উত্তৰ:- সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল।
(গ) বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল?
উত্তৰ:- বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল।
(ঘ) মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে?
উত্তৰ:- মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে।
(ঙ) কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল?
উত্তৰ:- পত্নীৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল।
৫। কোনে কাক কৈছিল লিখা-
(ক) ''দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম''
উত্তৰ:- উক্ত কথাষাৰ মহাৰাজে মন্ত্ৰীক কৈছিল।
(খ) ''এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ''
উত্তৰ:- ওপৰৰ কথাখিনি বাঘটোৱে ব্ৰাহ্মণজনক কৈছিল।
(গ) ''আপুনি চিন্তা নকৰিব । ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম''
উত্তৰ:- উক্ত কথাষাৰ গাঁতৰ পৰা উদ্ধাৰ হোৱা বাঘে ব্ৰাহ্মণৰ আগত কৈছিল।
৬। তলৰ শব্দবিলাকৰ সন্ধি ভঙা আৰু কি সন্ধি লিখা-
উত্তৰ:- মিত্ৰামিত্ৰ - মিত্ৰ + অমিত্ৰ
স্বণালঙ্কাৰ - স্বৰ্ণ + অলংকাৰ
শুদ্ধাশুদ্ধি - শুদ্ধ + অশুদ্ধি
পুৰস্কাৰ - পুৰঃ + কাৰ
উদ্ধাৰ - উদ+ধাৰ
জগন্নাথ - জগৎ+নাথ
