জতুৱাৰ জঁট সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৭ assamese lesson 7 class 7 assamese question answer AssamQna

জতুৱাৰ জঁট
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৭
assamese lesson 7
class 7 assamese question answer AssamQna


৩) কোৱা আৰু লিখা

ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে  ?
উত্তৰ:-
কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে    ।


খ) অহুকাণে- পহুকাণে মানে কি।
উত্তৰ:-
অহুকাণে মানে হল আৰ- তাৰ পৰা আৰু পহুকাণে মাণে হল ঘুনুক- ঘানাককৈ  ।                                                            


গ) ঘিত মিত আন্ধাৰত কি দেখে ।
উত্তৰ:-
ঘিত মিত আন্ধাৰত ভূত দেখে   ।


ঘ) কোনবোৰ লোকে বৰ ভয় খায় ।
উত্তৰ:-
অলপ ধতুৱাবোৰে বৰ ভয় খায় ।


ঙ)কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে  ।
উত্তৰ:-
যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিখিকে , সেইবোৰ লোকক কবিয়ে বুদ্ধিত টোকোনা বুলি কৈছে  ।                                                                             

৪) পাঠৰ আলমত চমুকৈ লিখা  ।

ক)  মৈত উঠিলে সহজে কাক নমাব নোৱাৰী ।
উত্তৰ:- 
অকঁৰাক নমাব নোৱাৰী   ।


খ)  আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয় ।
উত্তৰ:-
লোভত আপোনঘাতী আওঁমৰণে মৰে  ।


গ) ফকৰা – যোজনা নাজানিলে বা নিশিকিলে কি হয় ।
উত্তৰ:-
বুদ্ধিত টোকোনা  হয়  ।


৫) বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিতৰীত অথ  বুজোৱা শব্দটো পাঠত বিচাৰি লিখা ।
উত্তৰ:-
পোহৰ –  আন্ধাৰ
            জটিল –  সহজ
            অসাধ্য় –  সাধ্য়
            বেছি –  কম
            নিলোভ -লোভ
            মিছা  –   সচাঁ


৬। পাঠত তোমালোকে  ‘হুৱা-দুৱা’ লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে’ আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপখোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা।
উত্তৰ:-
ক) চেপা ( মাৰে / পাতে ) চেপা পাতে।
            খ) ঢেঁকী ( বান্ধে / দিয়ে ) ঢেঁকী দিয়ে।
            গ) পাচি ( গঢ়ে / সাজে ) পাচি সাজে।
            ঘ) খেল ( কৰে / খেলে ) খেল খেলে।
           ঙ) মৰম ( লাগে / ধৰে ) মৰম লাগে।


৭। ‘জতুৱাৰ জঁট’ কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা।
উত্তৰ:-
ক) গা-নচুৱাই ফুৰা:- তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনও ভাল নাপায়।

খ) আলাসৰ লাড়ু:- ৰহিম মাক দেইতাকৰ আলাসৰ লাডু়।

গ) ঘিট মিট:- অমাৱশ্যাৰ ৰাতি ঘিট মিট আন্ধাৰ হয়।

ঘ) নপতা ফুকন:- কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক।

ঙ) অহুকাণে পহুকাণে:- বিজয় চাকৰি পোৱা খবৰটো অহুকাণে পহুকাণে শুনিছো।


৮)  এটা শব্দত প্ৰকাশ কৰা
উত্তৰ:-
১) আনৰ ভাল দেখিব নোৱাৰা - চকুছৰহা

২) ঘুনুক - ঘানাককৈ যি কথা শুনা যায় – পহুকাে  

৩) যিজন মাক-বাপেকৰ অতি মৰমৰ –  আলাসৰ লাড়ু  

৪)   যি নিয়ম মতে খৰচ কৰে – মৃতব্য়য়ি   

*

Post a Comment (0)
Previous Post Next Post